"কম্পেনিয়ন ডিভাইচ মেনেজাৰ"
"%1$s এপ্টোক %2$s এক্সেছ কৰিবলৈ দিবনে?"
"ঘড়ী"
"%1$sএ পৰিচালনা কৰিবলগীয়া এটা ডিভাইচ বাছনি কৰক"
"ছেট আপ কৰিবলৈ এটা %1$s বাছনি কৰক"
"এই এপ্টোক ফ’ন কৰা লোকৰ নামৰ দৰে তথ্য ছিংক কৰিবলৈ আৰু আপোনাৰ %1$sত এই অনুমতিসমূহ এক্সেছ কৰিবলৈ অনুমতি দিয়া হ’ব"
"%1$sক %2$s পৰিচালনা কৰিবলৈ দিবনে?"
"ডিভাইচ"
"এই এপ্টোক আপোনাৰ %1$sত এই অনুমতিসমূহ এক্সেছ কৰিবলৈ অনুমতি দিয়া হ’ব"
"%1$sক আপোনাৰ ফ’নৰ পৰা এই তথ্যখিনি এক্সেছ কৰাৰ অনুমতি দিয়ক"
"ক্ৰছ-ডিভাইচ সেৱাসমূহ"
"%1$sএ আপোনাৰ %2$sৰ হৈ আপোনাৰ ডিভাইচসমূহৰ মাজত এপ্ ষ্ট্ৰীম কৰাৰ বাবে অনুৰোধ জনাইছে"
"%1$sক আপোনাৰ ফ’নৰ পৰা এই তথ্যখিনি এক্সেছ কৰাৰ অনুমতি দিয়ক"
"Google Play সেৱা"
"%1$sএ আপোনাৰ %2$sৰ হৈ আপোনাৰ ফ’নৰ ফট’, মিডিয়া আৰু জাননী এক্সেছ কৰাৰ বাবে অনুৰোধ জনাইছে"
"%1$sক এই কাৰ্যটো সম্পাদন কৰিবলৈ দিবনে?"
"%1$sএ আপোনাৰ %2$sৰ হৈ নিকটৱৰ্তী ডিভাইচত এপ্ আৰু ছিষ্টেমৰ অন্য সুবিধাসমূহ ষ্ট্ৰীম কৰাৰ অনুমতি দিবলৈ অনুৰোধ জনাইছে"
"ডিভাইচ"
"এই এপ্টোৱে আপোনাৰ ফ’ন আৰু বাছনি কৰা ডিভাইচটোৰ মাজত কল কৰোঁতাৰ নামৰ দৰে তথ্য ছিংক কৰিব পাৰিব"
"অনুমতি দিয়ক"
"অনুমতি নিদিব"
"বাতিল কৰক"
"উভতি যাওক"
"%1$s বিস্তাৰ কৰক"
"%1$s সংকোচন কৰক"
"এপ্সমূহক %2$sত দিয়াৰ দৰে %1$sতো একে অনুমতি প্ৰদান কৰিবনে?"
"এইটোত %1$sৰ মাইক্ৰ’ফ’ন, কেমেৰা, আৰু অৱস্থানৰ এক্সেছ, আৰু অন্য সংবেদনশীল অনুমতিসমূহ অন্তৰ্ভুক্ত হ’ব পাৰে।

আপুনি যিকোনো সময়তে %1$sত থকা আপোনাৰ ছেটিঙত এই অনুমতিসমূহ সলনি কৰিব পাৰে।"
"অধিক তথ্য"
"ফ’ন"
"এছএমএছ"
"সম্পৰ্ক"
"কেলেণ্ডাৰ"
"মাইক্ৰ’ফ’ন"
"কল লগ"
"নিকটৱৰ্তী ডিভাইচ"
"ফট’ আৰু মিডিয়া"
"জাননী"
"এপ্"
"ষ্ট্ৰীম কৰি থকা হৈছে"
"ফ’ন কল কৰিব আৰু পৰিচালনা কৰিব পাৰে"
"ফ’নৰ কল লগ পঢ়িব আৰু লিখিব পাৰে"
"এছএমএছ বাৰ্তা পঠিয়াব আৰু চাব পাৰে"
"আপোনাৰ সম্পৰ্কসূচী এক্সেছ কৰিব পাৰে"
"আপোনাৰ কেলেণ্ডাৰ এক্সেছ কৰিব পাৰে"
"অডিঅ’ ৰেকৰ্ড কৰিব পাৰে"
"নিকটৱৰ্তী ডিভাইচসমূহ বিচাৰিব, সেইসমূহৰ সৈতে সংযুক্ত হ’ব আৰু সেইসমূহৰ আপেক্ষিক স্থান নিৰ্ধাৰণ কৰিব পাৰে"
"সম্পৰ্কসূচী, বাৰ্তা আৰু ফট’ৰ দৰে তথ্যকে ধৰি আটাইবোৰ জাননী পঢ়িব পাৰে"
"আপোনাৰ ফ’নৰ এপ্ ষ্ট্ৰীম কৰক"
"আপোনাৰ ফ’নৰ পৰা এপ্ আৰু ছিষ্টেমৰ অন্য সুবিধাসমূহ ষ্ট্ৰীম কৰক"
"ফ’ন"
"টেবলেট"